পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

[ ৩৯ } মিশ্র সংখ্যাৰ লন। ৬। এক দম্ভে দশ দ চালনত হয়। এক কণ্ঠে দশ কণ্ঠ নাহিকে সংশয়। দুই দণে কুৰি বস্তু নিশ্চয় জানিব। দুই কৰা দুই দন্ত তাহাতে বুজি বা তিনি দন্তে শি দন্ত জানিবাহ। সাৰে। তিনি কৰা এক কণ্ঠ বুজিও সত্বৰে। চাৰি দিশে চল্লিশ দন্তক জানিও। চাৰি কৰা চাৰি দস্ত তাহাতে লওক। পাচ দশে পঞ্চাশ দত্তক নিবাহা । পাচ কৰা দুই দন্ত এক কণ্ঠ যাহা ছয় দশে যাঠী দম্ভ নিশ্চয় জানি। ছয় কৰা দুই কণ্ঠ তাহাতে যে লৈবা। সাত দশে সত্বৰি দন্তক জানিও। সতিক দুই কণ্ঠ এক লোক। আঠদশে আশী দঃ শীল্প কৰি ৰ। দুইগণ্ডা দুই কণ্ঠ দুই সন্তু ক। নব দশে নকৈ দৰু তাক জানিওক । দুই গণ্ডা দুই কৰা তাহাতে লওক। দশ দশে জানা শত স্তৰ প্রমাণ। দুই গণ্ড। তিনি কৰা এক দশু জান ? এহিমতে বিংপতি ভাগক লাগি লৈব।। তাৰ পাছে কণ্ঠৰ যে প্রমাণ কৰিব।