পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

{ ৩৬ ] অক্ষৌহিনী মহা অক্ষৌহিনীৰ প্রমাণ। ত্রিবিংশ ভাগক যে সাগৰ বুলিওক । চতুর্ধ্বিংশ ভাগে মহা সাগৰ লৈওক। ব্ৰন্ধ, পদাকিনী, মহাপদাকিনী জান । সপ্তবিংশতিক লাগি লগ্নেক প্রমাণ। প্রথমতে সৰু নেওটা খন বুজি লৈবা। দুই চাৰি ক্ৰমে মধ্যে নেওক জানিব । দহ, শত ভাগ ইয়াত বুজিয়া লইবা । পাছে আঠ কঠাৰ যে প্রমাণ কৰিবা । উদাহৰণ (ক) । । । । অকে। শিলা আ হ র এ त्रि १ मा वि। ২৭ ২৮ ২৫ ২৪ ১৩ ২২ ২ ২৫ ১৯ ১৮ ২ ১৬ ১৫ পলা গ মহাস সা মহা আক্ষো | । । । । । মহাধু ধুলি মহা বৃদ্ধ মহাশ শ অমিশ্র পুৰণ(আঠকঠা) ২। সপ্ত পাৰা পাখা, বান চন্দ্র বামে লিখা। সেই অঙ্ক বাম পাতি লইবা । যত্নি সপ্ত দিয়া তাৰ পূৰিবাহ ভাগ। একত্ৰ কৰি আঠকঠা পাইব। লগ। বহি সন্তু দুগুণ কৰি তাক লৈবা । দশ ভাগ এহিম তাহাতে জানিবা ৪