পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

PLEASE HANDLE THE BOOK CAREFULLT. তৃতীয় অধ্যায়। জ্যোতিষচুড়ামণি। ( সংখ্য) ১। সৰস্বতী মাতৃক যে নমস্কাৰ কৰি। আৰম্ভিলে পদ গুৰু আজ্ঞা শিৰে ধৰি । প্রথমতে এক দুই ক্রমে দশ ভাগ । দশে দশে শতভাগ জানিবাহা আম। এক শুন্য দিয়া শক বুজিবা। দশমত শূন্ত দিলে শতেক জানি। শতভাগে শুন্য দিলে সহস্রেক জান। সহত শূন্য অযুতৰ পৰিমাণ । অষুতত শূন্ঠে লক্ষ নিশ্চয় জানিবা। লক্ষত শুন্য দিয়া নিযুত বুজিবা । নি তত শূন্যে কোটি জানিবাহা সাৰে । সপ্তবিংশতিক লাগি এহিমতে বাড়ে। এফং শং শতং সহস্রক জালিক। অদ্ভুত লক্ষে নিযুত কোটিক লওক। অৰ্বদ নিৰ্বদ খর্ক মহাখৰ্ব্ব জানা নিন্ত কৰি। পদ্ম মহাপদ্ম শঙ্খ মহাশঙ্খ ধৰি। বৃন্দ মহাবৃন্দ ধূলি মহাধূলি গান। DISTRICT LIBRARY (HEM BARUA COLLECTION)