পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

|| ৩৩ ] ব্রহ্মা উচ্ছাৰিলা, চৌষষ্টি ৰােগ, ব্যাধি হাৰামৰ কৰা পাণিকৃত ভৈলা, জুং কং ৰিং ফট । ৫১। ইৰ অমৰাৱতী বনে পাৰিজাত আছে। নিতে শলক্ষ পুষ্প ফুটি থাকে গাছে। শতেক বৎসৰে কোনে কৰিবে কওনা। একৈক পূস্পৰ মূল্য লক্ষ কোটি সাপ। ৫২। এক গৃহস্থৰ পাঞ্চ ভাই। মুঠতে আছে বিংশতি গাই । বাড় বাড়িয়াই এগুণ ক্রমে। বান্টী দিব লাগে পাঞ্চকো সমে। শুনৰে কায়স্থ কহিও মাটি। আগে বাৰ ধনু নহৈবা ঘাটি । ৩। এক সদাগৰ ৭৭৭ ৰূপ হাতত লৈ । নৃপতিৰ ঠাইত মাগিলে গৈ । ত্রি শুম্ভ তিনি ক্ষনে দিলে। জমা পতি উপত দিব মিলে। তলত যি হয় জানিবা ধন। এই অঙ্কৰ নাম কাটন। ৪৪। পাচ্চায় নবাবৰ হাতত্ত। চিপাহীলৈ ধন দিয়ে । উত্তম মধ্যম প্রকৃত ৰে। মাহিলী ধন দেই । উত্তম ৬, মধাম ২৩, প্রাকৃত ১১৫। মই ধন ৩৬৫।