পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

ম 1 এক সদাগৰ ধনৰ সংখ্যা নাই । মৰিবাৰ কাল আহি মিলিলা নিশ্চয় । পুত্ৰ ভাৰ্য। তাৰ সবাকো মাতিন। তাপদাৰ লশে আনাে নাগৰি সকলো আসিল। সবে আসিবাৰ দেখি সাঙ্গে নকহিল পুত্রে অঙ্ক গতি প মনে বুজি পাইল । এহি বুলি পুত কহিলা ধনৰ কাহিনী। ছিন্নব্বৈ হবিলে বহিব লাগে তিনি । পচাব্বৈৰে হৰিলে ৰহিব লাগে অর্ধযুগ। (২) চোৰানব্বৈৰ হবিলে বহিব লাগে অদ্ধেৰ অযুগ (১; এহ বুলি সদাৰ যাপুৰে গৈলা ! টকাৰ কাহিনী সিট গুরত্ব কহিলা। সদাগৰৰ যত ধ; তাতে কি পাইল। অঙ্কৰ গতি কৈ তাউদ মৰি গৈ । সংসাৰ ভৰিয়া অঞ্চ গোট ৰৈ ভাঙ্গন -৯৪, ৯৫, ৬ ক পূৰি । ৯৩ এৰি এণ কৰি তিনিৰে পূৰি েr৫৭২৮ হব। ১৩ তিৰাবৈ তাজি-ণে ৮৫৭১৮৭ হব। এইখিনি সদাগৰৰ ধন ; আঠ লক্ষ সাত হাজাৰ একশত। আৰু চাৰি কৰি সাত জানিবাহ। তত ৪ এহি খানি ধন জানিবা নিশ্চয় কিতাপত বুজি লােৱা নাহিকে সংশয়।