পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

[ ২৮ ] ৪১। কুণ্ডাৰ ৰেধা যতেক পায়। দুগুণ কৰিয়া তাকে চাই । চোৰাবৈদি ৰেখাক পূৰি। গােট বুজা ধনিয়া মনিয়া এৰি । ৪২। সুপক্ক ডালিম্ব গােট নাহি কাণা কুজা। পাকৰি দিয়া লেখক বুজা। ক পাকৰি থাকে তাক লিখি লৈবা । পাকৰিত ছিয়াবৈ টেক ধৰিবা । এহি মতে ডালিম্বৰ লিখা গেট। কন্তু ডাকে নাহি বঢ়া টোট। উত্তৰ ভা। হৃষ্টপুষ্ট ডালিমৰ শিৰত ৯৬টাকৈ গুটি থাকে। ৪৩. ত্রিশূন্য ৰস মহী কৰ বিজে। বসু ৰস বেদ কৰেন শুনিজে। এতে জানহ চৌযুগ সংখ্যা। বিশ সহস্ৰ তিয়াল্লিশ লক্ষ ৪৪। গ্রহ যােব। ইন্দুতেৰেহে মকসুজান। ৰাজা যুধিষ্ঠিৰ স্বর্গে গৈয়াে ভবেৎ কলিযুগ পৰিমাণ। কলিৰাজ্যে ভূবং ৰাজা, ধৰ্ম্মপুত্তযুধিষ্ঠিৰ। চতুং শতং বর্ষং ১৪*, যুষাঙ্কাদশৰৎসৰং ১২, নন্দঃ পঞ্চশতঙ্গেয়ং ৫, গৌতম চতুর্শতং ৪০০, মৰুৱকৰােৰাজ যধিক শ এয়ং এ, সপ্তমৱৰশং পঞ্চ ৫০ , সােহবজা মকৰয়ে ।