পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

| ২১ ; পাইকা জমা হল ভুয়ে। বুন্দা দিয়া গণ্ডা গিজে ॥ বুন্দা গুছাইলে যি পােণ দেখি। বট ক্রান্তি দুইগুণে লেখি চাৰি টকাকে হাত । আধেীকে ঘেৰা সিকিকে ভেৰা এটা ॥ কুৰি ৰূপৰ কুৰিটা । ভাঙনী : | ৩টাটকা ১২টা ঘোঁৰা ১৫টাটকা ৭৪ টা ২০ দুক, কেক, তেকৰ নি । কৰাই চাৰি চাৰি জাম। কুৰি কৰাই কুৰি ফi । কিনিয়া ভুঙ্কে বাম । ভাঙন :কায়স্থে বােলয় শুনিও কথাৰ ভাঙনা কহাে বুঙ্গায় মনত ভাবিয়া প্রমাণ লওক কিতাপ শাস্ত্ৰত চাই। সাজােট। ফেকৰ কৰি চৈধ্য কৰা, লিখি দৈবা। তিনি কৰাত শিমু এটা নিশ্চঃ জানি।