পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

{ ২৩ । হৰিলাত অঞ্চ জানা যতেক যে হয়। বছৰ বুলি বুজি বা নাহিকে সংশয়। শেষ অঙ্ক খানিক যে, শি দি হৰিবা । মাহৰ হিচাব খিনি তাতে লিখা পাইবা ৪ শি দি হবিলে যতেক অঙ্ক ৰয়। দিন * বুজিবা তাক নাহিকে সংশয়। চৌসত্বৰ বংসত্ব,'আ হ fখা পাইবা। আশী হত সর্প গেট এত পশিলা। ৩১। যত তত পৰুকি তা পুবিধা শে। একুন কৰিা অস্ক বৃন্দ। বিবা শেষে। জমা অঙ্ক হৰিলে যত গণ্ডা বয়। টঙ্কা প্রতি পৰে গও। ইদানন্দ কয়। ওপৰে তামোল তলে দব। তালে কিনা অঞ্জক হব । লঞ্জে অঞ্চক যতেক পায় । কৰিৰ কাগুণে পূৰিয়া চায় ॥ মাহৰা কাটা : পাইকাৰে ভাই কহ বিশ্বাস। কত কৰি লৈ মাক মাস । ধত পােণ তত গণ্ডা। তাক কৰিব। তিনি খণ্ডা ভাগে এবিলে বহে যত। দিনে প্রতি পৰে তত।