পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

[ ২২] প্রতি ঘাটে পুষ্প ধু পূজিতে লাগয় । ধুইবা মাকে পুষ্প দু গুণ হোয়। এই ৰূপে চাৰি লিঙ্গে পৃজিক যায় । কষ্ঠিত পুষ্প হলে এটিও নয় । কিমান পুষ্পেৰে বাপু লিঙ্গ পূজয় ॥ কহিওক বিজ্ঞজন নকৰিয়া ভয়। উত্তৰ-১৫টা ফুল। প্রতি শিহত ২টাকৈ দি পূজা কৰে ২৯ একতেন। ন নক্ষ, পাত পােন্ধৰ পৰে সৰে এক পাত। কহ কায়স্থ অঙ্কক ধৰি । কতনা ববিয পাত হয় সৰি । ৩০। আৰী হাত সর্প গোট অতি স্কুলৰ ! পশিব নােৱাৰে সৰ্পৰ্টৰ ভিতৰ । সাতদিন সাতৰাতি অ, আ ল যায়। কহিয়ো কায়স্থ কত দিনে পায়। জানী-গুনিয়া কায়স্থে পাছে ননে ওনি চাইলা। সেহি অংশী দাতুক যে নিশ্চয় জানিলা চতুর্দশ দিবসত এ4 আল জানিবা । চব্বিসেৰে পূৰি তাক আঙুল কৰিব। আশীক পূৰিয়! অাঙা লিখি লৈবা। চৈধ্যৰে পূৰিলে তাৰ কি পাইবা। তিনি শ যাহা দি তাহাক হৰিব।