পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

[২১] ২৫। এক দেশে আছে হস্তী সহষেক তাৰ । পদ্মবনে পশি পশি কৰয় বিহাৰ। একৈক বিহানে বঢ়ায়া গার। কত পদ্ম ভৈলা কহিও ঠাৱ । সম বিষম চন্দ্ৰাধিক অঙ্ক পূৰি। কহে দুর্গাদাস শুনিয়া অঙ্ক নােহে চুৰি। ২৮! শতৰে মধু দেখি খাৰি উৰাই। পঞ্চদিনে ভ্ৰমৰা দেৰ ৰাত্ৰি কৰি পাই । কতনা বৰিযে পা বাক পৰে। ধৰ কায়স্থ ফলি সাৰে । ব্যক্ত অর্থ -সেবক টকা কৰিব জানিয়া। তােলাক ৰাতি কৰিয়া আনিয়া । দেৰে কৰিবা বাতি অনুমানি। এতেকে বাণে পূৰিলে দিন এমণি। ২৭। এক দেশে আছে ফল অপাৰ। কাকে সুকে কল বত্রিশ শ, হকাৰ । তাৰে পাঞ্চ আম খাই কাকে । তাৰে দেড় কৰি খাই সুকে। কতনা সুক কতনা কাক । কতনা ফল কহিয়ো ত্যক। ২৮। আছিল পুষ্কৰিণী এক অতি চমংকাৰ। চাৰি পাবে আছে চাৰি লিঙ্গ শিৱৰ। আছর তাহাত এক অদ্ভূত নিয়ম। দিন প্রতি পূজা কৰে দিয়া পপ সম ।