পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

| [১৪ ১৪। এক গৃহৰে বেঙেনা বাৰী । বেঙেনা আছে লক্ষ শাৰী। শাৰীত আছে অযুত ডাল। ছয় ছয় বুৰী লাগে ভাল । বেঙেনা বেচে ছয় ছয় বুৰী । বুজিও কায়স্থ পাতিয়া খৰি, কনা বেঙ কতেক কৰি ॥ উত্তৰ ১২০০০,০০,০০০ টা-বেঙেনা, ১৫। এক শিমুলিৰ নব ডা। একো ডালত নব নব পক্ষী, নব নব পক্ষীৰ নব নব বাহা। নব নব বাইত নব নব ডিম। নব নব ভিমত নব নব চাও। বুজিও কায়স্থ কতনা পাও। উত্তৰ ৫৯১ ১৪, চানা। ১৬। নৱ সেৰকৈ হটাৰ খান। নৱ লাখ হটা দৌল প্রমণ। মাসেশ্বসে মাহ খাই । সেই ই কতদনে যার ক্ষঃ ১। এক ৰতি সিন্দুৰে ন অনীক অতে। ন মােন সিন্দুৰে কত জনক বাতে।