পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

[১২] চোৱাল্লিশ চোৱাল্লিশ দিয়া মাখে। চোৱা চৌত্রিশ দিয়া তাতে। কি খৰি গনি লিখা হে নাথ। পােন্ধৰশ বাইশ শুন্য সাত । সপ্ত শূন্য পাখা পাখা। বাণ চন্দ্ৰে কৰিব লেখা । ঘোৰাৰ পৃষ্ঠে দিয়া ৰাম। অষ্ঠ কঠাৰ এহি নাম । পাতনি অঙ্ক ১৫২২৭। মূল অঙ্ক ৭৩। | যােক্কশ বাইশ শূন্য চয়।। যাের দিয়া পুৰিবি তুই। পূৰিয়া * দেখি নিশ। ৮ দশ’ংশ পানি স] দোৱা সৰ নােৱা সৰ . দোৰ নেয়া বস। চাৰি কাণ চাৰি পােশ। আৰু গত দশ । পাতনি অঙ্ক ২৫৯৫ ২৯৬, মুল অঙ্ক ৪১ ।