পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

| [১১] কুৰি দৌনে হয় বিশি। যােল বিশি কোঠ জমি লৈব কসি। চাঙনী :-দীর্ঘে *স্থ ১০ ৫শ ১০ ০ ৭ পুৰিলে ১•••• হব। ইয়াৰে দুই ভাগ ত্যজিলে অর্থাৎ একক, দশক সংখ্যা এৰিলে ১৪৪ কালি থাকিব। কালি প্রতি কানি দৰে, ছয় দোন কঠা জমি হয়। এৰ কুৰি দোমে বিশি। যি ৫ােণ সি বিশি। এক কোষ্ঠ এক বিশি এক দোন এক কঠ। এক কালি তিনি মুঠা। পিয়লৰ আৰ্যা সম্পূর্ণ। দীর্ঘ প্রস্থে পৃৰিব । শেষ দুই ভাগ কৰিব খণ্ড। ও ভাগে লেচা জানি। পঞ্চিত লেচায় কাৰ মান । একুশ অঙ্কৰ দোনে পৃৰি। চাৰি দোনে পূৰা ধৰি । চাৰি কঠায় হয়ে দেন। পুৰণি অল্প এহি গুণ। পুৰাৰ মা দোখানাৰ চাল। কহে চামৰাৱৰাজ পিয়াল দেশীয় পিলৰ অৰ্ষা সম্পূর্ণ