পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

[ ১ ] [ পিয়লৰ অৰ্যা ] দীর্ঘৰ অন্ধত প্ৰ পূৰি । উভয় অঙ্কক একুন কৰি এ দুখানি মূচিলে বহে যত। সেইখানি কালি পৰম তত্ত্ব ৪ কালি প্রতি কাণি কৰি জন। চাৰি কাশি এক কঠাৰ প্রমাণ। চাৰি কঠায় এক দোন । কৰি দোনে বিশিৰ গােণ ছয় দোন এক কঠায় ভেকে হয় । তিনি বিশি আঢ়ৈ দোন হাজাৰে কয় । যােল্প বিশি কোঠৰ লয়। ভাবিয়া দেখ নাহি সংশয়। বকুৰ বােল পানি নকৰিবা হেলা। চৌকন্টিয়া কৰা লৈব প্রস্তাবৰ বেলা । দীর্ঘ প্রস্থৰ গজকে পূৰি। উভয় অঙ্কক একুশ কৰি। দুখানি ত্যজিলে বহে যত। সেইনি কালি পৰম তত্ত্ব। যেই কাণি সেই পােশ। চাৰি কাশি কঠা, চাৰি কঠায় দেন।