পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

মােহল বিবৰণ কথা শুন দিয়া মন। প্রবয়ি কাজত লিখিব যতন। বি দিশত কৰে যি মহা বসতি। কহে সভষদ সবে শুনা কমতি। ওঁৰখ ভাঙ্গিয়া চাৰি ভাগ কৰিবেক। বামে তিনি ভাগক সুকৰে লিখিবেক। পুনুরূপি আদি ভাগ কৰি চাৰিখান। বামে এক ভাগ চাৰি হৰকৰ স্থান । দুইভাগ চাৰিয়া তথা কাতৰ গতি। ত্রিভাগ চাৰিয়া হৰে কত বসতি। মধ্যে দুই ভাগ জানা ব্রেন্ত হলে স্থিতি। তাৰ মধ্যে দুই ভাগ কেদাৰ যে কয়। চোট বৰ কেদাৰ কেদাৰ দুই হয় । ওৰখৰ অৰ্দ্ধভাগে জিক্সা কৰে গতি। জিল্লাৰ অৰ্দ্ধেক ভাগে কেনাৰ স্থিতি। তদন্ধ ভাগ নিম ৰেকলা চলয়। তাৰম পচল জানা হেনা দুতয় । এহি সব মােহল লিপিবা কিতাপত। প্রস্থে প্রস্থে কাগজ চর হােৱ বেকত।