পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

[৪]
তৃতীয় কাল’ত পুণ্য যে সৰ্বস্ব
কৰি আছে সৰ্ব্বজন
হেন জনি যত্নে সন্ত উপদেশে
সাধুত পিৰিতি কৰি,
সংসাৰ নিকাৰ এৰাইবাহ তেৰে
ভাকি বােলা হৰি হৰি!!

___