পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/১৫৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


________________

[ ১৪২] । দশ পাচ পঞ্চবিংশতিক স্থাপিবা। অন্তে যষুি জুৰি এক #ক্তি যে জানিবা । পাছে পুনু সপ্তদশ গণ্ডা জানিওক। আৰু চাৰি কণ্ঠে পূৰি প্ৰমাণ লওক। দ্ৰ হৰ মালা বুলি জানিবা নিশ্চয়। কহে ৰঘুপতি’ আত নাহিকে সংশয় । বিংশতি ভাগ লাগি তাতে লিখা পাই। মহা সংখ্যা বুলি সেহি ক জানি। তেইশ সত্ত্বৰে সাতৰিশ, অঙ্ক জান। শূন্য নেত্ৰ ৰস বছি পৰিমাণ। কায় ‘বাঘকে কহে অঙ্ক নির্ণয়। পােন্ধৰ গণ্ডাই পৃৰিবা মহাশয়। এহি অঙ্ক খানিৰ নিৰিখ পৰিমাণ। নিৰিখে বার জানা বুদ্ধি অনুপাম । ৩। এয়ােদশ, ঊনবিশ আর্শক জান। বঘ্নি, শুরু, নেত্র, চঞ্জ, মুনি পৰিমাণ। তেল দিয়া তাক পূৰিয়া চাহিবা । মুকুতা হাৰৰ কথা ‘কুসুমে' যে কয়। ৰ ধৰি থাক বুলি তাক লিখা পায়। বেদ বাণ বেদ বাপ যে পঞ্চ বাণ। এহি খানি জানিবা শঙ্কৰ প্রমাণ। দুই ধাৱণ তিনি পােণ চাৰি গণ্ডা লই। সেছি অ খানিত ৰে পূৰণ কৰিবা।