পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/১৫৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


________________

[ ১৪০:} উ; ১৫৮২৪৬৯১২ ক /২ কৰাৰে পূৰণ কৰিলে, নওটা এক ওলাব। (১১১১১১১১)। ১৮। তুজ ৰা গ্ৰহ ৰস বেদ কর। ব্যর বসু সমম্নিতে বাপ চন্দ্র লিখ। দশভি বতকে, পােণে গুণ কৰা। ইহ কথিতম কবিনানিৰ খৰিতং। উত্তৰ; ১১১১১১১১১ ১০৯। চন্দ্র বসু কৰ ৰস যে জান । যে গজ যুগ পাত প্রমাণ। ঋতু কাপ পোণ ঋতু গণ্ডা। দুই বৎ দুই কণ্ঠ পৰি । বিদ্যউঠি গুণ্ডা। উত্তৰ; ১১১১১১১১। ১১০। চন্দ্র গ্রহ সমুদ্র বাণ। ত্রি শূন্য অষ্ট বস বেদ জান। গ্রহপােণ দিপিণ্ডেৰ পুৰি আৰু । ই অঙ্কটি বেষ্ট কৰি নাম। ই অঙ্ক জানিলে বুদ্ধি বাঢ়ে অনুপম। উত্তৰ; (১৯৩৮৬৪ x পােণ ) নওটা এক। ১১১। ঐ বাপু নন্দন, পিন্ধিয়াছেন, বহি আছে বিৰিখৰ অলে। সাতপোণ কৰি লই চৈধ্য বছৰ খাটিলে। দিনে কেই কৰা কই পৰে।