পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/১৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

[ ১ ] ৯৯। ৰাম বান বান বান । দশাঙ্ক অঙ্কেৰে আঠকঠাকুল। উত্তৰ ; ৩ ৫৫ ২x৪। ১০ (দশাঙ্ক অফ ইয়াৰ উত্তৰ ওলাব আঠকঠাৰ অঙ্ক ১৫২২০৭। ১০ । ৰাম বান বান বান দু। আঠকঠাৰ অৰেৰে দশক বুজ। উত্তৰ-৩৫৫৫২x৭৩ ( আঠকঠাৰ অঙ্ক)। ইয়াৰ উত্তৰ ওলাব, দশাৰ অঙ্কৰ মূলশাৰী ২৫৯৫২৯৬। ১০১। বক্তি, শূন্য শচী মহী বস্তু দিয়া জান। চন্দ্র নেত্র সপ্তাৰে পৰিয়া আন। উত্তৰ ;-৮১১*৩x১৩৯= আঠোটা এক। ১২। চন্দ্ৰ ৰস পাখা পাখা না ৰস জান। চন্দ্র ৰসেৰে তাক পূৰিয়া আন। পুবিয়া দেখ নকৰি শঙ্কা। জানিবা শাৰ পাতনি অঙ্ক। অঙ্কৰ। উত্তর ;-১৬২২৩৬x১৬=২৯৫২৯৬ (শঙ্কৰ | মূল শাৰী)। ১৩। বস, গগন; বন্ধু, বনু পাখা নাগ থােৱা। | চন্দ্র অষ্টে পূৰি আন আৰু চোক দিয়া। উত্তর ;-৬৮৮২৮x১৮ আঠোট এক। (সাঙ্কেতিক চিহ্ন দেখ}।