পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/১৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

[ ৩ ] ফতেক যে বস্তু তাম সৈন্যক জুৰি। কেন মতে সংখ্যা কৰি বস্ত্ৰক যে দিল। কায়স্থে বােলঞ্জ কতেক সৈন্য লৈয়া। বাপেকৰ গৃহে গৈল আনন্দ কবিয়া। প্রথম বাটোত পাঞ্চশত ৰাখিল । দ্বিতীয় বাটোত তাৰ অৰ্দ্ধেক ইলস্ত। তৃতী বাটোত তাৰ অৰ্দ্ধেক ৰাখিল। চতুর্থ বাটোত চৌত্রিশ যে সৈন্য ৰৈলা ॥ পঞ্চম বাটোত ত্রিশ সৈন্য ৰাখিল। ষষ্ঠ বাটোত ষােড়াশ সৈন্য ৰহিল। ৭ম বাটোত আঠজন মাত্ৰ লৈ । সাত সাত জন মাত্র ৰাজ বধূ লগে গৈলা। সেই সাত দলক বস্ত্র দিশা কি দৰে । তাহাৰ সংখ্যক আবে শুনা আতপৰে। প্রথম দলক নখন বস্তু দিল। সত্বৰ যে খান বস্ত্র দুই দলে পাইলা । বত্রিশ যে বস্তু দিলা তৃতীয় দলক। চতুর্থ দলক ৪ বস্ত্র দিলেক। একশত ছাযঞ্জ বস্ত্র পঞ্চদলে নিলে। একশ একত্রিশ যে ষষ্ঠ ভাগ ভৈলা। পঞ্চশত বস্ত্র সপ্তম ভাগত। সপ্তদলে বস্ত্র নিয়া একত্র কৰিলন্ত। গাইপতি সমভাবে বাটিয়া লইল। কিতাপত চাই আৰু লৈয়ােক সে ত্ব।