পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/১৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

i ১৩২ } চন্দ্র হানি কৰিয়া শত ভাগ হৰি। লব্ধ যত পায় পুৰিয়া লন্ধে । পূৰা অৰু কৰিৱা আশ। কহে শুভৰুৰে অৰুৰ গৌৰব । পুৰুণ অঙ্কৰ ভাঙিলো ভাগ। উত্তৰ। ৩৯২৭ এই ক্ৰমে অঙ্ক বাঢ়ে। এজেকে । ইয়াৰ একবাদ দি শতকৰ ভাগ মহেৰে হৰিলে। হৰ। ক ৮ ৰে পূৰিলে ৬৪ ওলাব। ৯৬। “ঘলৰ মাজত থাকে আকাৰে শােভিত।

    • বৰ্গৰ শেষ বর্ণ দক্ষিণেতে স্থিত। এনেকুৱা বন্ধু আমি কোথাই পাইব। পক্ষণ ভক্ষ কৰি পৰণ ত্যজিব। বাণ পক্ষ একুন কৰি ইহাৰ উত্তৰ পূৰি।

চন্দ্র উপ কৰি খাবলই চিন্তা কৰা হৰি । উতৰ; বিশ থাৱলৈ টান পায় হৰিৰ নাম লয় । | এক বাজ বধুয়ে বাপৰ ঘৰে যায় । লগে নিয়া মনুষ্যৰ লেখ জোখ নাই। সপ্তম বাটত সৈন্য শাৰী কৰি ৰাখে । অৱশেষে যত সৈন্ত তাক ৰজাই লিখে এল দুদল কৰি বস্তু দিলা আনি। সব সৈন্ত জুৰি গৈলা নাথাকিল বাকী । কহিও কায়স্থ সৰ কৰি একমণ। ৰাজ বধু লগে সৈন্য গৈলা কতজন।