পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/১৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

[ ১২৮ ] কাত কিবা দিলি কৰি কহিও যতনে। দুতে বােলে বুজি লােৱ দিও প্রতিক্ষপে । এক কোৰি কাৱণক কৰা কৰিলেক। দৰক এবত্ৰ কৰি ভাগ হবিলে। ঘৰক মাহিয়া দেখিলে তাক। তিনি দৰে তিনি আহি বুলিলেক বাক। ভাগে ভাগে বুজা যদি দৰে পূৰি চাবা। পৃথক পৃথক কৰি কৰিক বে পাব। এহিগতে যতেক বােলয় মহাজনে। দক একত্র কৰি হব তবক্ষণে । হৰিণাত অন্ধ জানা যতেক হােৱয়। ততক সে দ্ৰব্যৰ গােট নাহিকে সংশয়। খেতি ভাগ দৰ দেই তেতি ভাগ কৰি । ফলােক বুজিবা তাত কলোনস্থ কৰি । শুনিয়া কায়স্থে পাছে মলে শুনি চাইলা। দৰ দিয়া অঙ্ক হৰি ফলােক পাইলাম। উত্তৰ ভাগে ৮ টাকৈ যা তিনি পােণ ( ৩২, ৪৪ *) কৰা। ৮। হেল্প ভ্রাতৃ সমে এক গিৰি যে আছিল।। সাৰে বাৰ ৰূপ লাগে তাহাতে ভগাইল। চাৰি গিৰিত পাঞ্চ শিক কৰি জানিওক । চাৰি গিৰিত চৈধ্য আনা তাহাত লৈওক। চাৰি গিৰিত দহ আনা তাহাতে লিখি লৈ । তিনি গিৰিত সাত আন তাহাতে জানি।