পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/১৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

[ ১২৭ ] হেন শুনি কায়স্থেও মনে শুনি চাইল। যত গােট ফল হব হিচাবত পাইলা। এহি দৰে খবিদ কয় বিটো জন। তাক এহিমতে বুজা নিশ্চঃ বণ। আৰু খৰিদৰ কথা শুনা আতপৰে। নিষম খৰিল অঙ্ক কালে সৰ্ব্ব সৰে। উত্তৰ : ৫৪ টা। ৮৬। পাছ কৰা কৰিব বে তে গোটা ফল। কহিও কায়স্থ সব কত হাৈরে ফল। শুনিয়া কায়স্থে পাছে মনে. গুনি চাইল।। দৰ দিয়া কাৰণক হবিয়া পেলাইলা ! বানে হৰি তাহাক সে চন্দ্র নেৰে পূৰি । একুন কৰিয়া তাতে ৰুজা শ✉ কৰি । উণ্ডৰ ;-৩২৮ । ৮৭। আৰ এক কাৰণ কৰি দিল একজনে । পৰিদ কৰিব বুলি বচনে । সেহি কৰি লৈয়া যেৰে বজাৰে চলিলা। সাত পাছ চাৰি দিয়া কােক কিনিলা। তাক মহাজনে বুলিলেক বাণী। কত ফল পাইলি মােত কহিও কাহিনী । ভাঙনী; শুনি দূতে নিয়া পুনু ফল আনি দিল। তিনি পােণ ফল পায় নত শুনিলা।