পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/১৪২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


________________

[ ১২৬ ] গােট পাইক পােৱ। কাশি তাকে লিখি লৈবা। যােড় অঙ্কত আলি তাহাকে পুৰিব। তিনি শ ষাঠ দিয়া তাহাক হৰিবা। হৰিলাত লব্ধ অঙ্ক যতেক হােৱয়। দিনে প্রতি পৰে সিটো নাহিকে সংশয়। দিনে প্রতি তিনি কৰা এক কর্তা জানা । আৰ চাৰি দস্ত জানা অনুৰ প্ৰমাণ । ইটো কথা এহিমানে সংহৰিয়া থওঁ। খৰিদৰ কথা কিছু প্রপক্ষা কওঁ। ঔৰ ;-বছৰত এটকা হলে দিনত ৭-৪ মন্তী }{ ৮৪। খৰি কৰিবে প্রতি বােগে যি জন। দৰ দিয়া অঙ্কক যে হৰি তেখন। হবিলাত অঞ্চ জানা যতেক হােৱয়। উতেক যে প্ৰবৰ গােট নাহিকে সংশয় যতে বা খৰিলে বোলয় যিব জন। এক কৰা কৰিব যে বুলিলে। বচন । যদি পেণ গণ্ডা ৰহে বুলি কহিব । যেই দৰে দেই সেই দৰে দি হৰিবা। হৰিত অঙ্ক জানা যতেক যে হয় । ওকে দ্রব্যৰ গােট নাহিকে সংশয়। (বস্তু কিনা অর্ষা) আৰু এক কারণ, এক কৰা দিলে একজনে। খখিল কৰিব বুলি বুলিলা বচনে। দেৰ কৰাৰ দৰে ফল কিনি দিয়া আলি। কতফল পাইলে মােত কহিওক জানি।