পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/১৪০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


________________

{ ১২৪ ] জমা অৰু বুলি তাক জামিবাহা সাৰে ; যত টকা তত গণ্ডা কৰিবা তাহাৰে। গণ্ডা কুৰিৰ বাবে আনাকেই সব। তিনি শ বিশ কঠা আনি স্থাপন যে কৰ। ৰূপ দিয়া হাত যে পৃৰিবা নিশ্চয়। সেহিখানি গা কৰি জান মহাশয় । গিৰি প্রতি পৰে তাক জানিবাহ। সাৰে । জমাত তুলিয়া তাক বুজিবা সত্বৰে। গােট পাইক পােৱা কাণি সবাকে জানিবা । বন্ধু দিলে পাতি তক অনুক্রমে লৈবা হৃদিষ্ণ পঞ্চক বুলি ইয়াক জানিওক । কহে চুড়ামণি, চাহি প্রমাণ লওক। উওৰ, ৰছৰৰ দৰমহান ৩২০ ৰে পূৰি টকাক গণ্ডা কৰি ), ৩৬ ৰে হৰণ কৰাৰ আৰ্যা। ৮। চৌবষ্টিত তুলি চোট পাইক জানিবাহ। তাৰ অৰ্দ্ধগ আনি দুই পােৱা লৈবা। তাহাক অর্ধ লৈ এক পােৱা কৰি জানি। তাহা অর্থ ভাগক যে বােলে দুই কাশি তাহাৰ অৰ্দ্ধক লই পাছে কাণিক জানা। তাৰ অৰ্দ্ধ ভাগ অঙ্ক কাণিৰ অৰ্থ হয়। তাহাৰ অৰ্থ লৈ যত ইলা জানা। চৌষষ্টিক হৰি তাক দেখিও প্রমাণ। উত্তৰ ; ৪৪ ক ৫ ৰে হৰিলে ৬৪ হব।