পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

সূচীপত্র।

। প্রথম অধ্যায়

1} সৰস্বতী বন্দনা ... (৬টা) ১-৪

২। দ্বিতীয় অধ্যায়

(।) আৰম্ভণ। .. (৫৪টআ) ৪-৩৩

৩। তৃতীয় অধ্যায়

(1) পূৰণ অঞ্চৰ নিয়ম (৬৭টা)

৪। চতুর্থ অধ্যায়

(1) বিশিষ্ট ভাবৰ আমােদজনক চমংকাৰ অংক (১১০টআ) ৮০

৮৫। পঞ্চম অধ্যায়

ওপৰঞ্চি ... (৭টা) •• --১৪

{1} •১ শুভংকৰ কায়স্থঃ-এওঁ বহুত অঙ্ক ৰচনা কৰে। শুভঙ্কৰী মৌখিক গণনাও এওঁৰে ৰচিত। এওঁৰ ঘৰ কামৰূপৰ ধৰ্ম্মপুৰ মৌজাৰ অন্তর্গত চামটআ গাৱত আছিল। চামটাৰ বৰ্তমান মজুমদাৰ বংশৰ উপৰি পুৰুষ। এই কথা প্রাচ্য বিদ্যমহাৰ্শৰ শ্রীল শ্ৰীযুক্ত নগেন্দ্রনাথ বসু মহাশয়ে কয়। আমাৰ অনুমানত ই সঁচা বুলি ধৰা পৰিল।

(11) চুড়ামণিঃ-একে নামৰ দুজন পণ্ডিত। এজন চণ্ডীবৰ ভূঞাৰ বংশৰ। বৰদোৱাত ঘৰ থকাৰ প্রমাণ আছে।

(iii) দুর্গাবৰ বা দুগাবৰী কায়স্থই গীতি কাব্যত লিখা দুৰ্গাবৰী পুথি কামৰূপত আজিও প্রচলিত। এওঁৰ ঘৰ হাজো, মনাহ কুছিৰ ওচৰত আছিল।

(iv) কাইথেলী “থ” হে ধদিও এই পুথিত "ঠ" আছে। (v) হৃদয়ানন্দ ধৰ্মপুৰ মৌজাৰ বৰি গাৱঁৰ শ্ৰীযুত ধনীৰাম দত্ত মহাশয়ৰ উপৰি পুৰুষ।