পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

[ ১২৩ ] ৭৬। শুভঙ্কৰৰ ফাকি চৌত্রিশৰ তিনি গলে কিমান থাকে বাকী। উত্তৰ ; ৩১ আখৰ। ৭৭। শুভঙ্কৰৰ ফাকি, আঠীৰ যাঠী গলে বাকী থাকে উনষাটা উত্তৰ ; ৫৯ মিনিট। ৮। চা, চৈধ্য আৰু চাৰি। ছাত্র বহিছে শাৰী শাৰী বাট এৰি দিয়া পানীক যাওঁ। মােৰ স্বামীর সেই নাও।। উব = যাঠীয়া। (স্ত্রী এজনী পানীক যাওঁতে, ছাত্র কিছু মানে স্বামীৰ নাম সোধাত। বুধিক স্ত্রীয়ে এইদৰে কয়)। ৭। তিনি শকুৰিত আনি অঝে পৃৰিবা। জৰ অঙ্ক দিয়া তার ভাগক হৰিবা । হৰি গীত অঙ্ক জানা যতেক হয়।। সেহি খানি গা কৰি বুজিৰা নিশ্চয়। গিৰি প্রতি পৰে তাক জানিবাহ পাৰে। জমাত তুলিয়া তাক বুজিবা সৰে। যত গােট অল্প তাক লৈ জানি। বােড়শ অত তাক পুৰিবাহা আনি। একত্র কৰিলে তাক অনা কৰি জানি। তাহাক জানিবা নিস্তে সবে বােলে কাশি ও যদি পাইক থাকে খাকে চৌগুণ কৰিব। শেষে যদি থাকে তাক তাহাতে জুৰিব।