পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/১৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

| ১২২ ] ৭৪। ত্ৰি সৰি, সাতাতিথে, পঞ্চবিংশতি—একাধিকং। পঞ্চশতে হৰিলে বহে যত, কমুষ্টি কৰা বুজিবা তত। ভাঙনী :তিনি কৰাকে গণিব যতেক কৰা অধিক হয় | তেতি সত্বৰি ধৰিব। পাঞ্চ কৰাকে গণিব যেতি কৰা অধিক হয় তেতি একৈ ধৰিব । সাক কৰাকৈ গণিৰ যেতি কৰা অধিক হয় তেতি পােঙ্কৰ ধৰিব তিনিয়ােকো এফুণ কৰি এশ পাছে হৰিব । অবশিষ্ট যি থাকে তাকে মুষ্টিৰ কৰি বুজাব । উক্ত ; ৭ ৰ ওপৰ ১৫ ব কম সংখ্যা ধৰি ৩, ৫, ৭ ৰ ভঙ্গ কৰিব। বাকী ৩ ভাগত ১ কুরে ৪০ | ৫ ৰ ভাগত ১ বলে ২১৭ ভাগত ১ বলে ১৫ ধৰিব । এইবোৰ একুণ কৰি ১৫ ৰেহণ কৰি বাকী ৰলে আনে ধৰা সংখ্যা কৈ সজান হব পাৰি। ৭৫। এক সদাগৰৰ তামােল বাবা। খাজনা ণাগে অনেক কবি। বাৰীত তামােল হাজাৰ ডালি। ডালে লাগে ছয় ছয় বুৰী।। কনাে তাগােল কতনে কৰি। দুই কৰাত তিনি তামােল । ভানী কৈ কব। আমােল। উত্তৰ ; ১২০oto মোন, ৮৮ ০•• কৰা ।