পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/১৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

[ ১২১ } ৭৩। কন্তু কান্তি সুমেক দেখিতে শােভন। অর্কে উর্দ্ধে আছে লক্ষ যোজন প্রমাণ। জাম্বু দ্বীপ মধ্যে আছে, মেৰু পৰ্বতেক তাহাৰ থাকৰ কথা শুনিও প্রত্যেক । চোৰাশী হাজাৰ উপৰক আছে জুৰি । ষােল্ল হাজাৰ পােট গুৰে আছে পৰি। মধ'ভ:গে সুবর্ণৰ শৃঙ্গ ভয়ঙ্কৰ । মহা লীলা কৰি থাকে গন্ধর্ব কল। এক হাত এক বেগত আঙুল যে চাৰি। মােট চল্লিশ আঙলে এক এক থাক। এহিমতে থাক নিৰ্ম্মিয়াছে দেৱ হৰি। কহিও কায়স্থ ভাই কিতাপত চাই। ইহাৰ থাকৰ কথা দিওক বুজায়। ইহাৰ ভাঙনী বুজা সাক্ষাতে - গগন, কৰ, বান, নেত্র প্রথমে জুৰা। চৌৰাশী হাজাৰ তাহাতে পূবা? যতেক উচে ওপৰত। চৌৰাশী যােজনৰ সেহিসে হাত চব্বিশে পূৰিলে হয় যিমান। চোৰাশী হাজাৰ যােজনৰ আঙল বতমান। চল্লিশ আঙুলে তাহক হৰি। চল্লিশে হৰিলে ৰহিব যিমান । জানিবা মেৰুৰ থাক সিমান। ওঁৰ ; ১৭৭৪or000 থাক।