পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

১১৯ ] পুখুৰী শুকাইল কিছু জল মাথাকিল । কহিওক কতবেল পুখুৰী শুকাইল। এ হি তিনি জান পুনৰ্বাৰ নাবালি। আওতো তিনি জান একেলগে এৰি দিলা । বান্ধিবে লাগিল। জান পূৰ্বেৰ আকাৰ। হৰি শৈতে ৰং চাৱে দেৱ পুৰন্দৰ। কহিও কায়স্থ সব ইয়াৰ ত্বক। কতবেশি পুখুৰীৰ জল ভৰিলেক। ভাঙনীৰ অঙ্ক কহে শুনিও :ছয় কুম্বি জুৰি তিনি নেত্ৰ হৰিও। যি কব্ধ ৰূহে বৰেদি পৃৰিবা । যি হয় তাক বেদে হৰিব৷ যি লব্ধ ৰহে নেত্রে পুৰিবা । উপৰত জানা যিমান উচয়। সেহিসে পলত পুখুৰী শুকায়। পুনশ্চ ষাঠী অঞ্জ জুৰিব। সেহি অঞ্চত নেত্রে হৰিবা। যি লব্ধ ৰহে কৰে পুৰি। যি হয় তাক বেদে হৰি। তলে জল যত নগ্ধ পাইবাহ। তা নেত্ৰ দি পূৰিহা । পূৰণিত ঘি উচেও পৰে। সেহিমান পলত পুখুৰী ভৰে ৷ যতপল হয় পুৰিও কৰে ।