পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

{ ১১৪ } পক্ষী ফলে লিখি আছে সৰি হাজাৰ । তিনি জাত পক্ষী আছে বিশেষ প্ৰকাৰ। গণিয়া পক্ষী ফল কৰা স্থিতি। কহ টুগুণ কৰি অসুৰ গতি। বস্তুৰে হৰি পৰিবা বাণ উন। নয়নে হবিয়া ভাগে ণৈবা অঞ্চ শেষ। উত্তৰ : ২৪৭৯২, ৫৫৩৩, ৪০৭ ) পক্ষী। ইয়াক একুন কবি দুঞ্জ কৰিলে পক্ষী আৰু ফুল ওলাব। ৬২। এক শ হাত উচ্ছ বৃক্ষ অতি ভয়ঙ্ক। তাৰ উৰ্দ্ধত আছিল দুইটা বান্দৰ । বৃক্ষ মুল থাকি এশ জোশ আন্ত। মাছ কাছ থাকা বিল আছিল দূৰত। মান কৰিবলৈ দুয়ো হাবিয়াস কবি। দুই পিনে জাপ দিয়ে লাফা লাফি কবি। বৃক্ষ মূলে গই এক নামিল বিলত। সিস্টয়ে উলাহ মাৰি পৰিল বিলত। জাপ মাৰি তলে নামি একেলগে পালে। মনৰ উচাহে দুয়ো ফল ফুল পালে। কেৰাহে কায়স্থ ভাই কিতাপত চাই। উচলৈ জাপ দিয়াই কত পথ যায়। উত্তৰ ;- গজ। ৩। ৰো কায়স্থ ভাই কৰাত ন মােৰ বল্ট পায়। | সে তার কত মূল্য পােৱা যায়।