পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চাই দিবলৈ ভাৰ দিয়৷ হয়; আৰু তেওঁলোকৰ মন্তব্য অনুসৰি "কাইথেলী অংকাৱলী" ছপা কৰি ৰাইজৰ মাজত প্ৰকাশ কৰিবৰ নিমিত্তে সংগ্ৰাহকক সাহায্য স্বৰূপে ১০০ এশ টকা পুৰস্কাৰ দিয়া হয়। এই পুথিয়ে ৰাইজৰ পৰা যথোচিত সমাদৰ পাব বুলি কাৰ্য্য নিৰ্বাহক সভাই আশা কৰিছে।

চন্দ্ৰকান্ত সন্দিকৈ হল যোৰহাট } স্বাক্ষৰ -- শ্ৰীপূৰ্ণআনন্দ শৰ্ম্মা ১ আঘোন ১৮৫১ শক } প্ৰধান সম্পাদক ইং ২৭।১১।২৯ } আসাম সাহিত্য সভা, যোৰহাট।