পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

| { ১১৩ ] গােসাই পূজা অঙ্ক :৪৯। যত পৃষ্পে পুজে দেয় হৰি। সংখ) পূষ্পৰ লোৱা হিচাৰ কৰি । যত গােসই তত পাতা ভাগ। একুন কৰি ধােৱাত, দুগুণ হােৱে তাক্ত। সমান পুষ্পে পূজে যথাক্রমে। গােৰাইৰ সংখ্যাক পূজে অনুমে উত্তৰ :-১৫ টা ফুল। ৬। দু বা কিনিক প্রতি যাই দুই জন। এবৰ দৰ লগে এক এক কাৱণ ॥ একে নােৱাৰে কাগুণে ভৰিবাক প্রতি। দুয়াে মিলি কিনিবাক লাসয় সম্প্রতি। তাৰ নেত্র ভাসৰ ভাগকে আহি আৰ। একৈকৰ কৱণৰ পােণ হৈবে জানঃ সৰি । উৰ অৰ্থ ভাগৰ ভাগে তাহৰ অৰে যায় । কহ কায়স্থ কোনে কত লৈয়া যায়। ভাঙনী :মুনি গন পােণ পঞ্চ দশাধিক গল্প। আৰে তিনি ভাগৰ এভাগ লােৱা । যত পােণ তত গণ্ডা ও ধিক পােণ। আৰে অৰ্দ্ধানি লৈলে ভয় তাৰ কাৰণ । উত্তর ;-১৬ গা, ১২ গণ্ডা [১৮ গা+ গণ্ডা ৬১। এক বনে আছে ফল অশেষ। তা গৰি লােৱা পক্ষী সহ।