পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

( ১১২ ] ছয় শত চল্লিশগিৰি বুলি জানিয়া ধৰ। উকাত পূৰিয়া যদি সেহি গণ্ডা হয়। তাহাক চলাইলে গিৰিত পৰিব নিশ্চয় ? টকা পঞ্চকৰ এহি ৰূপ জানিওক । মত ৰূপ দিয়ে সেই ৰূপত তুলিওক ৪ ছয় কুৰি গিৰি বুলি যদিবা ধৰয়। তাৰ বিবৰণ কতো শুনা মহাশয়। হকৰা দুই ক্রান্তি উকা প্রতি জান। এহিমতে বাৰ কুৰি গিৰি যদি কোনাে মৌজা এক গণ্ডা চাৰি ক্ৰান্তি পুৰিবা তাহাতে। উকাত তুলিয়া তাক শীঘ্ৰে চাহিক। বাৰকুৰি গিৰিৰ যে প্রমাণ লওক। এহিমতে বুসি তাৰ প্ৰমাণ চাহিবা । লক্ষ শত গিৰি এহি মতে ভাবি নি । নব্বৈ গিৰিৰ কথা শুনা অতিপৰে । তিনি গণ্ডা দুই কৰা চাৰি দন্ত ধৰে। টকা পঞ্চকৰ কথা এহিমানে এওঁ । আৰু যেন কথা ভৈলা তাৰ কথা কওঁ। উত্তৰ :- টোকা] ১৯১• গিৰি টকা-৫টা টকা-৫টা ১২০০ টকা-টা কাটা