পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

[ ১১০ } সপ্তদশ গণ্ডা ছয় পােণ জানিও। তাৰে এক কৰা কৰি তাহাতে লৈওক এক ভাগ কৰি এহি খানিক যে জান। অপৰ ভাগক আবে লৈওক প্রমাণ। দেপােপ চৈধ্য গণ্ডা এক কৰা জান। সেহি খানি সিও ভাগ লৈওক প্রমাণ। আৰু এক কথা কহেঁ তাক শুনিক। বিষম অঙ্কৰ গতি বিয়া লৈক। উত্তৰ :- ৪৫২ কৰা। ৫৭। এক গৃহস্থৰ আছিলেক দুই ভাই । একে লগে আছে দুইবো দশ গােট গাই। পাছে দুয়াে সেই গাই ভগাই যে কৈলা। প্রাচ গােট কৰি গাই ভাগত পৰিল। ক্ষীৰত বিষম তাৰ জানিবাহা সাৰে। ভাবিয়া চাহিও কোন গাই কাত পৰে। তিনি গোটা গাইৰ ক্ষীৰ আঠ ভাৰা কৰি। পাছ ভাৰা কৰি তিনি গাইত যে ধৰি । তিনি ভাবী কৰিনি গাইত যে জানা। দুই ভাৰা এক গাই লৈওক প্রমাণ। এহি দশ গােটা ই জানিবাহা সাৰে। ভাৰত ১মান কৰি দিওক সৰে । ইটে। কথা এহিনে ৰি। এও । টকা পকৰ কথা শুনা তাক কওঁ )