পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

। ১৮ সেহি মতে সিও ভাগ কৰিয়া যে বৈলা। অধিক ৰূপক পাছে চোৰক যে দিল । এহি মতে চাৰি আহি চাৰি দিন ভৈলা। চাৰিজনে চাৰি কপ চোৰক যে গিলা। পাছে চাৰিজনে একলগে আসিল। সমকৰি চাৰিজনে ভগাই নিল। তাতো এক ৰূপ আসি অধিক যে শৈল। চুৰিক যে বিয়া ঘাঘৰি সবে গৈলা। কহিও কায়স্থ সব স্থিৰ কৰি মন । কতখানি আছিলেক তাহাৰ যে ধন । হেন শুনি কায়ছে যে মনে গুনি চাইল। চাৰি আৰু প্ৰথমতে স্থাপন কৰিলা । পুনঃ চাৰি দিয়া তাক পৃৰিয়া চাহিক। আৰু বেদে পৰি চৌষষ্ঠি লৈওক। পুনৰ্বাৰ সেহি অক চাৰি দি পূৰিবা। দুশ ছাপন্ন অঙ্ক তাতে লিখা পাইবা । পুনু বেদে পূৰি তাতে ৰূপ জানিওক । তিনি অঙ্ক ঘৰি তাতে প্রমাণ লওক। এই অনুক্রমে চোৰৰ ধন সংখ্যা জান। কিতাপত চাই চিতি লােৱাহে প্রমাণ। উত্তৰ-১০২১ টকা। গাইপতি-২৫৫ টকা। ৫। এক মহাজনে ৰূলে বাঙমাৰ শাৰী । বাঙনা অছিল তাতে অযুত যে শাৰী।