পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

[ ১০৭ ] কহিও কায়স্থ সব ইহাৰ প্রমাণ। কোনে কত মান দিলা কহিক ধন ও হেন গুনি কায়খে যে মনে গুনি চাইলা। পৃথকে পৃথকে পাছে ৰূপক যে শৈলা। সাত লাখ সাত হাজাৰ সত্বক জ্বানি। মুঠ রূপ এই খানি মনে লৈব। মানি। তাহাকে উপৰ কৰি অনুক্রমে দিল। সেহি অঙ্ক দিয়া দেহি ভাগক কাটিলা। পৃথকে পৃথকে তাৰ ৰূপ পৰিমাণ । কিতাপত চাই আৰ লওক প্রাণ :-৭৮৫৮৩১ মুঠ ৰূপ । উ ৫৪। আত অনন্তৰে পাছে যেন কথা ভৈলা। যি মতে তেন নে ৰূপক যে নিল। চাৰি চোৰে চোৰ কৰি ৰূপক আনিলা। সেহি ধন অনি গাছে এক চোৰে থৈলা। বােলে আমি যেতিয়া আসিয়া নিও ধন। এক ৰূপ টোক দিম বুলিলে। বচন। এহি বুলি চাবি চোৰে গৃহক গৈন্ত । পাছে এক চোৰে তাক আসিয়া ভৈলন্ত। সেহি ৰূপ খানিক যে চাৰি ভাগ কৰি । তিনি ভাগ থৈলা তাতে একত্র যে কৰি । বেছি এক ভৈলা তাক চোৰক দিল। পাছে তাৰ এক চোৰ আসিয়া ভৈলঙ্ক।