পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

[ ১০৫ ] সেহি পংক্তি চাৰি ঠাই ধাতুক যে লৈবা। অভেদ্য কৌশলে কক স্থাপণ কৰিবা। পুমু বহি দিয়া তাক পুৰিব নিশ্চয়। কণ্ঠে থাকা হাৰৰ কথা 'কুসুমকায়স্থে' কর। উত্তৰ :-১৬৫৬ হাৰৰ মনি। ৪৯। এক মহাজনে মাহ মেলি দিলে যত পুৰা। যত দিনে, যত মাহ, খাইলে যত ঘোঁৰা । দিনে যোৰা এক কৰি মাহক হয়। ব্ধ অকে ভাগে ভাগে পূৰি লৈবি তই। উত্তৰ-৯০০ দিন, ৯০• ঘোঁৰা, ৯০০ পুৰা মাহ । • আ হাতত এক পক্ষী যে আছিল। দণ্ডত আঙল আহে তাক ভু পাইলা। কোৱাহে কায়স্থভাই কিতাপত চাই। কতদিনে পক্ষী গােট ভূমিত নয়। শুনিয়া কায়স্থে পাছে মনে গুনি চাইল। • হাতক পাছে ২৪ ৰে পূৰিলা। আঙুল বুলিয়া কি জানি নিশ্চয়। দণ্ড বুলি তাকে কহ নাহিকে সংশয়। ৩০ দিয়া হৰি তাক দিন যে কৰিবা । ৩ দিয়া হৰি তাক মাস যে ধৰিবা। শেষ অঙ্ক ধানিক যে দিবস হয়। যত মাহ যত দিন জানিবা নিশ্চয়। উত্তৰ-১ মাহ ২ দিন!