পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

[ ৪ ] জনলোক, পলােৰু আত অনন্তৰে। সত্যলােক শুনিয়াছে। সৰে উপৰে। সকল স্বর্গোক কোনে কহিবােক। এক কথা কহিয়াছে তাক শুনিক। আঠাৱ হাজাৰ কোটি সংখ্যা যে বিংশতি । এহিমতে সহস্রেক লিখিবা সম্প্রতি। যাঠী সহস্রেক এহিমতে লিখা কৰি। পাছত কহিবাহা একত্র কৰি । যত খানি অঙ্ক হােৱে তত গােট ইবা। এহিমতে স্বৰগৰ তাৰক গণিষা । টা কথা এহিমানে সংহৰিয়া যওঁ। ৰুহৰ আদি যত তাৰ কথা কওঁ। উত্তৰ : ৬০oot.০০১৬৮0000000 সাত স্বৰ্গৰ তাৰা । । অবলা আছিল এক ৰজাৰ জীয়াৰী। চিঙি গল তাহাৰ যে কষ্টে থাকা হাৰী। দুই ফালে দুই চটা চিঙি যে পৰিল । মাকত কান্দিয়া আসি কবলৈ ধৰিলা। ৰজাৰ জীয়াৰী বায়হত ধৰিলেক। হাৰ গান্তি তেবে দিয়া লৰিলে। কহিও কায় সব ইহৰ তত্ত্ব। কন্যাৰ হাৰক গান্তিলাহা কেনমত। কায়স্থে বােলয় ইহাৰ শুণিও কাৰণ । বহি পাঞ্চ ঠাই আনি কৰিবা স্থাপন