পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

[ ১০৩ ] শুনিয়া কাস্থে পাছে মনে শুনি চাইল। ত্রিশ দণ্ডে দিনমান নিশ্চয় জানি এক দুই তিনি চাৰি ভাগাংশ জানা। এহি অঙ্কে দিবসক হবিয়া লৈবেক। হৰিলত অঙ্ক জানা যতেক বে হয়। সেহি ধানি অঙ্কে জানা পুখুৰী শুকায়। ইৰ :- ৩ দণ্ড স” । ১৭। এক কথা শুনি ছো লােকৰ মুখত। বােৱাৰী কহিলা পাছে শহুৰ আগত। শিখিক কত তা আছে স্বগত। ভাত হই মানে তুমি তাক লিখা কৰা। হি বুলি কােৱাৰী কহিতা শহুৰ আগত। তাক কোনে শিখিবেক ময্যে লােকত। সকল স্বৰ্গক দেখে শূন্যময় দেখি। তাহাৰ তাৰাক কোন জনে দিব শিখি পৃথিবীৰ বালিত যত হােৱয় কণিকা। তাক না কোনে লিখি কৰি দিব সংখ্যায় পমতে শুনা কহেঁ। স্বর্গ সাতখান। কোণে কত আছে তাৰ জানোহো প্রমাণ। → লােক শুনিয়াছে। স্বর্গ এক খান। ধ্রুবলোক তাৰ অৰ্থে কৰিছে নিৰ্মান। মূলােক শুনিয়াছে। স্বর্গ তৃতীয়েক। মহড়াক নামে স্বর্গ চতুর্থে শইওক।