পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উত্তৰ :-[ টোকা]
ফল ।
পক্ষী
১৯ber – ৫
৩৯2 ¢
২t.
৩৯০
৪৯০ ¢w = ১/>
৩৯২
৩৪৩০ ৷ কল ৮%
১১৭৬০ পক্ষী
৩৫। গবৰৰ পূত্র আছে নাম যে সম্পাটি।
তাহাৰ শৰীৰে গাথা আছে নবকোটি ।
সূৰ্য্য মওলক লাগি উৰা ও বুলিলা।
দেখি সূৰ্য্যদেৱে অগ্নিবান পদশিলা ।
শৰীৰত অগ্নিবাণ পৰিলেক আদি ।
কতদিনে পূৰে তাৰ নবকোটি পাখি ।
কহিও কায়স্থ সব কৰিয়া সত্বৰ।
ছইদও পচিশ পলে পূবে এক পাখি।
উত্তৰ । :--১০ ॥৬৯ বছৰ ৫ মাছ ১• দিন ।
৪৬ । এক পুখুৰাঁ আবে শুনিও কাৰণ।
চাৰি দিশে আছিলেক চাৰি গোটা জান ।
এক জান মেলি দিলে প্ৰহৰে শুকায়।
আক জানে ছুই গ্রহৰে পানী নাথাকযু।
তৃতীয় প্রহরে তিনি জানো বুজিব ।
আক জানে চাৰি পৰে তাতে বুজি লৈব।
পাছে এতে লগে মেলি দিলা চাবি জান।
কওবেলি পানী গৈলা কহিও প্রমাণ ।