পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৭১ } উত্তৰ :- টোক।] ফল তামোল কৰ। কৰ ১৪৯৬ ( জোব) ২ ৩ x ১৪৯৬ ও৪৮৮ ১৪৯৬ ( জোৰ কোমল ১ ২১ ১৪৯৮ = ২৯৯২ ৫৯৮৪ ( পান ) ৪ ১ X ১৪৯৮ = ১। ৯৬ '৯৭৬ ফল ৮৬৭৯ কৰা ৪। এক বৃক্ষে ফল আছে হাজাৰ বিশেষ। খাইষাক লাগি পক্ষী পাইলা আদেশ । পঞ্চগোট কবি ফল খাইলেক কাকে। তাৰ অদ্ধ কৰি কল খাইলেক স্তকে। তাৰ অন্ধ কৰি কল খাইলেক টী ব্ল। কোনে কত কল খাইলে তাৰ জোখ দিয়া । শুনিয়া কায়স্থে পাছে মনে গুণি চাইল । আঠগোট তিনি চোক ফল ভাগে পাইলা সমস্তকে জানি তাতে হুৰে দি হৰিলা । লৰ অই থানিক যে ত্রি ভাগ কৰিবা। হবিলাত অন্ধ যতেক যে ৰহিলা। পক্ষীৰ প্রমাণ ফল তত যে জানিবা । একত্ৰ কৰিয়া তাত পক্ষী বুজিবাছা! স্বৰে দৰে পূৰি তাতে ফল পাইৰাছ। তিনি গত তিয়াল্লিশ শ জানিবা নিশ্চয়। এহিমতে বুজি লবা নাহিকে সংশয়।