পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্রতিম। প্রথমতে প্ৰমাণ কৰি হিবা ।
শেষ অঙ্ক থানিক বে হুগু৭ কৰিবা
এহি অনুক্ৰমে প্রতি প্রতিমা পূজিবা।
পৃন্দ প্রতিমাতে তাতে নিশ্চয় জানিবা ॥
যত মূৰ্ত্তি পূজিবাক বোলয় যিবাজন ।
তেতিভাগ কৰিবাহঃ নিশয় বচন ।
[—১৭৮৪ শকত (কপি কৰ1]
উত্তৰ := ৪ প্রতিমা ও ফুল।
৪৩। এক মহাজনে সাতকাৱণ যোদ্ভ কৰি দিল ।
সাত কারখ যোফল জানিবে বুলিল ।
জোৰ তামোলত ভিনি কৰা কৰি জান ।
কোমলৰ জোৰত যে দুই কৰ। জান ।
এক কৰা কৰিত যে চাৰিপাত পান।
কাত কিথা কবি ফল কহিও নিয়ম।
শুনিয়া কায়স্থে পাছে মনে গুণি চাইল ।
স্থই তিনি এহি ক্ৰমে অ* যে পাতিলা ।
এক দুই চাৰি এক অফ জান ভৈলা ।
অনুক্ৰমে শাৰীত পাতিয়া তাক লৈল।।
দুই ফালে ফল কৰি পাতিয়া যে লৈবা।
মধ্য অঞ্চ দিয়া কাৰণব ফলক জানিবা |
এক কাৰণ ছুই পোণ তেৰ গণ্ডা জান ।
অাৰু চাৰি কণ্ঠ তাতে অল্পব প্রমাণ ।
বাম ফালে ফণ ধৰি, দক্ষিণত কৰি লৈবা ।
দুইফালে ফল পূবি নৃপক জনিবা।