পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চৈধ্যতা সিকিত যে চৈধ্য তা ছাগল।
কহিলোঁ ইহাক নহৈবা পাগল ।
এইদৰে ধন বস্তু লৈওক
কহিলো নাহি সংশ ।
৩৯ ) এক ডাল তেতেলীৰ ন কোটি পাত ।
অৰ্ধেক পলোত তাৰ সৰে এক পাই ।
কহিও কায়স্থ সব কিতাপত চাই ।
কতদিনে তেতেলীৰ পাত সৰয় ।
৬০ নিশ্বাস ও পল নিশ্চয় হোৱয় ।
পলে ঘই পাত সৰে নাহিকে সংশয় ।

  • পলে এক দ ও নিশ্চয় জানিব ।

দ্বিগুণ কৰিঘ তাতে পত্র লিখা পাইব ।
উয় কুৰি পত্র জানা দণ্ডত সৰয় ।
eo ঘ৪ে দিন ৰাতি নহিকে সংশর ।
এক দিবসৰ পত্র লিখা পাইলে ।
সাত যে হাজাৰ দুই শত লিখা পাইবা ।
সেহি দিবসব অক ত্রিশ দিয়া পূৰি ।
মাসেক জানিবা তাতে জানা নিষ্ঠ কৰি।
মাস দিবসৰ পত্র তাতে লিখা পাইবা ।
হুইলক্ষ ষোড়শ হাজাৰ অঙ্ক পাইবা ।
যৎসৰ পত্র যদি বুজিবলৈ চোৰ।।
সাতপ যে হাজাব হুইশত অঞ্চ লোৱা ।
তিনি শ ষাঠী দিয়া তাতে পুৰিওক।
পচিশ লক্ষ বিৰানখৈ সংঘ আনিওক।