পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পচিশ হাজাৰ জানা বলদ নিশ্চন্স ।
তেইশ হাজাৰ গাই ঙ্গানা মন কৰি।
বত্ৰিশ হাঙ্গাৰ ৰংফই জাছে দুষ খাই।
যেন মত্ত দৰ তাক শুনা মভিপ্ৰায় ।
বলাৰ দহৰূপ ধেভুত পাক লৈবা ।
বোকন্দাত জুইৰাপ তাহাও জানিবা।
বৎস সকলত জামা ভিন শিকা কৰি ।
কতনা ধনৰ গক মিলে চুৰি কৰি।
কহিও কায়স্থ সব কিভাপত চাই।
গকৰ ধনৰ সংখ্যা দুয়োকে৷ বুজায় ।
উত্তৰ :- একলাথ গব, ৪ ৫ soo টকা, [ পাgপুত্ৰ সইদেব।
অ্যাদি পঞ্চ ভ্রাতাই অজ্ঞাত বনবাসৰ সময়ত মৎস্তু
দেশৰ অধিপতি বিৰাত ৰজাৰ ঘৰত গৰু ৰখি
জীৱিকাৰ উপায় কৰিছিল । ফুখৰ কথi সেই
অৱস্থাতে। সহদেৱৰ হাতৰপৰা গৰুবোৰ চোৰে চোৰ
কৰি নিছিল। }
৩৮। পাছ টকা কৰি হস্তীক কিনিবা।
আধলী কৰি ঘোৰাত্ত
এক শিকা কৰি ছাগল কিনিব।
কহিলো ইহাৰ উত্ত
কুৰি গোটা উকাই কুৰি গোটা অঙ্গ।
কিনিয়া দিওঁ ইহাক।
ভাঙনী : মহাগমে বুলিলেক হাতী তিনি গোট, পোন্ধৰ
ৰূপ। তিনি গোট ধেীৰা পায়ু তিনি আম্বেলীত।