পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/১১১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


[ ৫ ] কহিয়ো কায়স্থ সব অঞ্চৰ যে ফুল। কতেক অমৰ ভৈলা কতেক যে ফুল ॥ কায় েবোলয় সবে শুনা মন কবি। চল্লিশ সেৰে মোণ জানা নিষ্ট কৰি। আশী ভেংলায় সে জানিবা নিশ্চয় । চাৰি মাহায় তোলা জানিবা নিশ্চয় । ৯৬ বৃত্তিয়ে তোলা জানা মহাশয় । পূৰ্বে মহাজন সবে কহিয়া আছয় । এক শত ভাঠচল্লিশ শত পুৰিধাহা । অ্যাশ অকে পূৰি তাতে তোলা জানিবাহা । চৰি দিয়৷ পূবি*াত্ত মাহ৷ তাতে হয় । পুষ্পক বুজিব ডাঙে নাহকে সংশদ্র । যোড়শ অঙ্ক সেই পুপক ংে পূৰিবা । ভগৰ। যতেক হয় তাতে লিখি পাইব । অগৰাত এক কারণ দুই চোক পুৰিবা। বত্তিক জানিব তাতে জানা নিষ্ট কৰি । উণ্ডৰ !~~১৫৩৬• • • ফ, ২৬৫ ৭৬৭ ৭ • প্রমৰ, ৩৬৮৪ • • বভি। ২৭ । মংস্যৰ গৃহত আছে পাতুৰ নন্দন। সইদের নাম তাৰ বণ নোহে সৰি। একপাল গক চাৰে মহ! শলা কৰি । এক দিম। চোৰে পাছে দেখিলা তহিত । চুৰি কৰি গক নিল পাল মযক্তি। গৰ সংখ্যা জাবে গুনা মহাশয় ।