পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ৯৪ ] ৩৫ { এক শত ফল এক নৃপতিক দিলা । উত্তম, মধ্যয, হীন এক শত গৈল । পাছে তাৰা সবে অানি আগ কৰিলেক । উত্তমক জুই গোট। কল দিলেক । মধ্যমক ঘেৰ গোট কলক যে দিলা। প্রাক্কত জনক আদখান মাত্ৰ দিলা। কোৱাহে কায়স্থ সব স্থিৰ কৰি মন । উত্তম, মধ্যম, প্রাকৃত কত জন । ভাঙন :-কায়স্থ যোলয় শুনিও মহাজন। এক শত ফল কিনি লে।ধ, এতিক্ষণ । বাণে দিয়া সেহি অজ্ঞ হৰি পেলাওক। যত অঙ্ক পায় তিনি !বধ কৰিওক । শেষ ভাগ তিনি দিয়া পূৰিবা নিশ্চঞ্জ { একত্ৰ কৰিণে হাতে মনুখ ওলায় । দৰে দৰে ভাগত যে পৃৰি চাহি ওক । এবত্ৰ কৰিয়া তাতে ফল বুজিওক । এহিমতে যত তত দ্রব্যক জানিওক। এহিমতে বুজি লাবা নাহি সংশয়োক। উত্তৰ – উঃম ২০, মধ্যম «•, প্রকৃত ৬o । ৬e । ইন্দ্ৰৰ ভুবনে আছে কমলেক বন । অমৰাই মধু খাই এক শত বিশ মোন। মাহ৷ পৰিমাণে মধু কুহুমভ পায় অমৰাই মধু ৰে ৰতি কৰি খায় ।