পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯৩ ৩০। -শ্ৰাদ্ধ , শত কপ দিলে মহাজন। দক্ষিপ কৰিবলৈ বুলিলে বচন । দক্ষিণ কৰিব এক শত বিপ্ৰ আনি । উত্তম, মধ্যম প্রাকৃত বিপ্ৰ জানি । তিনি রূপ উত্মক দান কৰিও । মধ্যম জনক এক আধেলীক দিও। প্রাকতক যে চাৰি পোণ কৰিব যে দান । এক শত কপ ভগাই কৰিবাহা মান। এহিমতে লক্ষ বিপ্ৰ গণিবলৈ পাৰি । ভিন্ন ৰে হোৱে যদি ভিন্ন দৰ কৰি৷ ভাঙনী :– মহাজনক পাছে দূতে কৰিলে সম্মান। উত্তম ২৪ জন বিপ্ৰক আনিলা । তিনি ৰূপ কৰি তাসম্বাক দান দিলা । ৭২ ৰূপ গৈলা তাহাক জানিলা । নধ্যম বিপ্ৰক পাছে মাতিষ্মা আনিলা । আাধেলী কৰিয়া তাহাক দান দিলা ওঠৰ ৰূপত জানা ৩৬ বিপ্ৰ গৈলা । পাছে প্রকৃত বিপ্ৰ আাছিলেক যত। ৪। জন যিগ্ৰ গৈণ ও বে পোণত।। ১• ৰূপ গৈলা তাও নিশ্চয় জানিবা। এহি মতে ভূতে বাস দখিণা কৰি ।