পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮৯ ১ ১৯া এক দিশে গাছে পক্ষী এক জাক। আন দিগে জাহে আাক এক বাক। ইজাকে তুগুণ হব ডাকে তাৰ এটা। সিজাকে কয়, বোলে সমান হওঁ মাং ছটা । কত জাকে কত পক্ষী দিয়া বুজায় । দুয়ো জানৰ মূঠ পক্ষী কতেক হোৰথ । উত্তৰ :--৫৭ টা ! পক্ষী । • মুঠ ১২ টা । ২। এক কন্যপত্তি আছে পৰম প্ৰধান । তাহাৰ নগৰে আছে হুৱাৰ সাতখান । জাৰ কন্যাপতি মিত্ৰ কৰিবাক গৈলা। এক ছুই জমে সৈনা দ্ৰবাৰে বঢ়াই থৈলা । কহিওক কায়স্থ বাপু কত সৈন্য ভৈলা । উত্তৰ !—১৯৭১ ৭৩৮ সৈন্য } ২১। ইন্দ্ৰৰ ভূবনে এক পাৰিজাত আছে। দিনে লক্ষ কোটি পুপ ফুলে সেই গছে । কোনে বিব পাৰে সেই ফুলৰ তুলনা। এক এক পুষ্পৰ মূল্য লক তোলা সোণী । নব টকা নব পোণ আৰু নব গও । ধৰছ কৰিয়া তাক কৰ খণ্ড খণ্ড। কাৰ্ত্তিক ময়ুৰ কায়স্থে কহে নিৰ্ণয় । চাৰি যুগৰ পুষ্পৰ ধন কতেক হোৱয় । উত্তৰ :-৯৯৯৯৯৯৯৯৯৯৯৯৯ole:৩ গঙx te২০oo০ ।