পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

[ ৮৬ ] ১৩। চাৰি চোৰ ফুৰে চোৰ কৰি। গৃহ ধন বস্তু নিয়ে চোৰ কৰি। যত টঙ্কা নিলে সবে জমা থলে পথে। ১ম চোৰে ভাগৰ অৰ্দ্ধেক থই গল তাতে। ২য় চোৰে আহি পুনু নিলে সেই মতে। ৩য় চোৰে শুন গাঠি সম ভাবে নিলে । ৪* চোৰে অৱশিষ্টৰ অর্ধেক সই গল । চাৰি চোৰৰ টকাৰ সংখ্যা একে সমান হল। সেই থলত মুঠ টকাৰ আধা সংখ্যা বল। কোৱাহে কায়স্থ ভাই কিতাপত চাই। মুঠ টকাৰ সংখ্যা কতেক হােৱয়। ভাগে পতি চোৰৰ নাে কত টকা হয়। উওৰ :-৬টা, গাইপতি- টক। ১৪। মধ্য আছে কুৰি, কলো আছে কৰি। সবাকো নােজোৰে গােট গােট কৰি মুনিহক দুই, তিৰিক দেব, ছালিক আদখান। এহি মতে কুৰি গােটা কল কিনি আনি । ভাঙনী ~৯৩ ছলি। | কল * মুনিহ ১২ কল ১ তিৰি ১৫ ক ২০ ১৫। তেল কিনি আনে দুই ভাই। সেৰ নাইকা লৈল ভাই।